আকাশ থাকে মানে মই তৰা গনিম ASSAMESE STORY AND POEM Assamese love story video

আকাশ থাকে মানে মই তৰা গনিম  ASSAMESE STORY AND POEM Assamese love story video status

আকৌ এবাৰ সি ৰঙা হৈ পৰা চকুটো মোহাৰিলে ! আশাৰ মুখ বিচাৰি সি নিজেই আত্মহাৰা হৈ পৰিছে ! জানে তাই তাৰ নহয় কোনোদিনে " কিন্তু আশা - তাৰ তাইৰ সুখ ! অভিজিত তোক মই ভাত খাৱ মাতি আছোঁ !
মাকে এইবাৰ খেদি আহিলে তাৰ ওচৰলৈ ! নিশব্দ হৈ সি শুই আছে বিচনাত ! আকৌ মাতিলে তাক অভি ? তোৰ হৈছে কি ? এনেকৈ থাকিলে আমি জানো সুখী হম ! ঘৰখনত মুথে আমি ছাৰি টা প্ৰানী তাতে তই এনেকৈ থকা ! আহছোন আজি ভাত মুঠি একেলগে খাওঁ ! আৰে মা মই গৈ আছোঁ ! মোৰ একো নাই হোৱা নাই তোমালোকে এনেই চিন্তা কৰি থকা ! ব'ল ব'ল আজি আমি একেলগেই খাম ! ভাত তাৰ পেটলৈ নাজায় ! পূৰবীক নোপোৱা বেদনাই তাৰ ভোক কেতিয়াবাই হেৰাই পেলাইছে ! 
একেখন কলেজত থাকি প্ৰেমত পৰা পুৰবী আজি আনৰ হৈ গ'ল ! সেয়া আছিল সময়ৰ দোষ ! সেই সময়ত অভিয়ে তাক বিবাহৰ প্ৰস্তাব দিৱ নোৱাৰে ! কাৰণ তাৰ তেতিয়া তাইক সুখী কৰিৱ পৰা কোনো এটা হাতত নাছিল ! দেউতাকে সিহঁতৰ ঘৰখনকে নিয়মিয়াকৈ চলাৱ পৰা নাই !
পূৰবীৰ কথা কৱ গলে তাই এই অভিজিতক প্ৰেমত পেলাই ছিল ! প্ৰেম কৰিৱ নজনা অভি আজি এক মহান প্ৰেমিক হৈ পৰিছে ! 
দৰিদ্ৰতাৰ অভাবত সি তাইক বিয়া কৰিৱ নাপালে ! তাই কিন্তু ৰাজি আছিল তাৰ তাত আহিবলৈ ! বিয়াৰ দিনাও তাই কান্দি কান্দি ফোন কৰিছিল অভিক ! সিও পাগল হৈ গৈছিল পাই হেৰুৱা বেদনাত ! কেনেকৈ তাইক সি নিজৰ কৰি আনিৱ ! এটাই ঘৰ সিহঁতৰ ! সিও ৰাতি ধুনীয়াকৈ আকাশৰ তৰা গনিৱ পাৰি ! পাগল হৈ সি তাইক সুখী হবা বুলি আশীৰ্বাদ দিছিল !!
-ইশান্ত

0/Post a Comment/Comments

Previous Post Next Post