মোক মাতাল হবলৈ দিয়া Assamese in love sms Best Assamese romantic Poem

Assamese in love sms Best Assamese romantic Poem 

মোক মাতাল হবলৈ দিয়া 

তুমি হৈ ৰোৱা আনৰ.....
মাথো মোক তোমাৰ হবলৈ দিয়া,
নাই নালাগে মোক বিনিময়ত একো,
মইজনী চোন তুমিয়েই সজাই দিয়া ঠিকনা,,,,
এতিয়া মাথো মোক তোমাতে বিলীন হবলৈ দিয়া...
তোমাৰ স্মৃতিৰ ৰংত বাৰেপতি মাতাল হবলৈ দিয়া....
-জুম্পী

আমি আকৌ লগ হ'ম

যেতিয়া আমি আকৌ লগ হ'ম
স্মৃতিৰ সঁফুৰা খুলি খুলি
আনন্দত মগন হ'ম......
দুখৰ বাঁহীত সুখৰ সুৰ
বজাম .......

-নাংচেং

0/Post a Comment/Comments

Previous Post Next Post